ধনেশ্বৰ পায়েং নামৰ বৃদ্ধগৰাকী হঠাৎ অসুস্থ হোৱাত ৫ কিলোমিটাৰ পথ ঠেলাৰে অতিক্ৰম কৰি গড়মূৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।